কলিয়াবৰত গাই গৰুসহ এখন হুণ্ডাই i10 বাহন জব্দ

কলিয়াবৰত গাই গৰুসহ এখন হুণ্ডাই i10 বাহন জব্দ

ৰাজ্যত বৃদ্ধি গৰু চুৰিৰ ঘটনা। কলিয়াবৰত গাই গৰুসহ এখন হুণ্ডাই i10 বাহন জব্দ। উলুৱনী আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে বাহনখন। আন্ধাৰৰ সুযোগ লৈ চোৰৰ পলায়ন। গৰুচোৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।

Shahnawaz Hamza