মালিগাঁৱৰ কামাখ্যা গে’টত পথ দুৰ্ঘটনা

মালিগাঁৱৰ কামাখ্যা গে’টত পথ দুৰ্ঘটনা

মালিগাঁৱৰ কামাখ্যা গে’টত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল পানীৰ টেংকাৰ। প্ৰথমে উৰণ সেতুৰ এটা খুঁটাত খুন্দা টেংকাৰখনৰ। তাৰ পাছতে ডিভাইডাৰত খুন্দা মাৰে টেংকাৰখনে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন চালকৰ।

Shahnawaz Hamza