মহানগৰীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ অন্যতম অভিযুক্ত উৎপলা বসুৰ জামিন আবেদন নাকচ

🔷 বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে সকাহ নিদিলে উৎপলা বসুক

🔷 নিম্ন আদালতৰ তথ্য উচ্চ ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ

🔷 তথ্য লাভৰ পিছতহে জামিনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে

🔷 ১৪ নৱেম্বৰৰ ভিতৰত তথ্য দাখিল কৰিব লাগিব নিম্ন আদালতে

GTM Desk