ছাত্ৰী সন্ধানহীন! যোৰহাট চাহাবিয়ত স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আয়েছা ছিদ্দিকা সন্ধানহীন..
ছাত্ৰী সন্ধানহীন, মথুৰাপুৰ মাজগাওঁৰ নিবাসী শিক্ষক আটিকুৰ ৰহমানৰ জী আয়েছা ছিদ্দিকা, যোৰহাট চাহাবিয়ত নামৰ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। আজি পুৱা যোৰহাট কেন্দুগুৰি নানায়েকৰ ঘৰৰ পৰা স্কুললৈ যাওঁতে বাটৰ পৰাই সন্ধানহীন হৈ আছে। ইতিমধ্যে যোৰহাট সদৰ থানাত জনোৱা হৈছে। কোনোবা সদাশয় লোকে সম্ভেদ পালে 86388 61944 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।