চৰাইদেউৰ ভাৰপ্ৰাপ্ত DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ!

1 min read

-চৰাইদেউৰ ভাৰপ্ৰাপ্ত DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ
-CIDএ গ্ৰেপ্তাৰ কৰে ৰাজীৱ চন্দ্ৰ বৰদলৈক
-বৰদলৈৰ বিৰুদ্ধে গাড়ীৰ পঞ্জীয়নৰ নামত দুৰ্নীতিৰ অভিযোগ
-CIDৰ তদন্তত পোহৰলৈ আহিছিল এই তথ্য
-চৰাইদেউ DTO কাৰ্যালয়ত নথিপত্ৰ পৰীক্ষা কৰিছিল CIDএ
-দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে বৰদলৈক গ্ৰেপ্তাৰ

You May Also Like

More From Author