ভাল খবৰ। ১৬ অনূৰ্ধ্বৰ ভাৰতীয় মহিলা ভলীবল দলৰ শিবিৰলৈ নিৰ্বাচিত হৈছে অসমৰ প্ৰাৰ্থনা গগৈ। এই দলত স্থান পোৱা অসমৰ একমাত্ৰ খেলুৱৈ প্ৰাৰ্থনা।