বোকাখাতত হৃদয় বিদাৰক ঘটনা; বিধৱা মহিলাৰ মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী!

বোকাখাতত হৃদয় বিদাৰক ঘটনা; বিধৱা মহিলাৰ মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী!

মানৱ সমাজক লজ্জানত কৰা ঘটনা।

“বিধৱা” হোৱাৰ বাবেই মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী।

১১ঘণ্টা চোতালতেই পৰি ৰ’ল মৃতদেহ।

অৱশেষত তিনি কণমানি কন্যাই দাঙি নি সৎকাৰ কৰিলে মাকৰ মৃতদেহ।

Shahnawaz Hamza