শিলচৰত জব্দ বুজন পৰিমাণৰ হেৰ’ইন..
📌শিলচৰত জব্দ বুজন পৰিমাণৰ হেৰ’ইন
📌১৪৩টা চাবোনৰ বক্সত জব্দ ২ কেজি ২০০ গ্ৰাম হেৰ’ইন
📌হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ
📌গ্ৰেপ্তাৰ ফয়জল লস্কৰ আৰু হাকিমূল বৰভূঞা
📌কাঠাগাছতলাৰ পৰা গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে
📌জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰমূল্য কেইবা লাখ টকা