বিহালীৰ ভিমদঙাত হাতী পোৱালি উদ্ধাৰ

বিহালীৰ ভিমদঙাত হাতী পোৱালি উদ্ধাৰ


বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ভীমডঙাত আজি পুৱা হাতী পোৱালি উদ্ধাৰ। যোৱা ৰাতি অহা জাকৰ মাজৰ পৰা এৰা খাই ভিমদঙা চুছেল ফৰেষ্ট ৰৈ গৈছিল পোৱালতো । উদ্ধাৰ হোৱা হাতী পোৱালিতো প্ৰায় আঢ়ৈ মহীয়া হ’ব বুলি বন বিভাগে জানিবলৈ দিছে। ঘটনা স্থলীত বন বিভাগৰ লোক সকলৰ উপস্থিত হৈ হাতী পোৱালি তো উদ্ধাৰ কৰিছে ইয়াৰ পিছতে চিকিৎসাৰ ব্যৱস্থা কৰি পুনৰ হাতী পোৱালিতো কাজিৰঙা ষষ্ঠ সংযোজনাৰ ভিতৰত থকা জাকৰ মাজত এৰি দিয়াৰ কথা উল্লেখ কৰিছে বন বিভাগে।

Shahnawaz Hamza