আজি নৱৰাত্ৰিৰ দ্বিতীয় দিন;এই দ্বিতীয় দিনটো মা ব্ৰহ্মচাৰিণীৰ প্ৰতি সমৰ্পিত

আজি নৱৰাত্ৰিৰ দ্বিতীয় দিন;এই দ্বিতীয় দিনটো মা ব্ৰহ্মচাৰিণীৰ প্ৰতি সমৰ্পিত

জানো আহক নৱদুৰ্গাৰ দ্বিতীয় ৰূপ মা ব্ৰহ্মচাৰিণীৰ মান্যতাৰ বিষয়ে

নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাৰ ব্ৰহ্মচাৰিণী ৰূপৰ উপাসনা কৰা হয়। ইয়াক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী হিচাপে মনা হয়। কঠোৰ সাধানা কৰাৰ ফলত আৰু ব্ৰহ্মত লীন হৈ থকা বাবে ইয়াক ব্ৰহ্মচাৰিণী কোৱা হয়। বিদ্যাৰ্থীসকলৰ বাবে আৰু তপস্যীসকলৰ বাবে ইয়াৰ পূজা খুব শুভ আৰু ফলদায়ক হয়। যিসকলৰ চন্দ্ৰ দুৰ্বল তেওঁলোকৰ বাবেও ব্ৰহ্মচাৰিণীৰ উপাসনা অনুকূল হয়।

Shahnawaz Hamza