মোবাইল ৰিচাৰ্জ কৰিলেই দাম অনুসৰি দিব লাগিব ১-৬ টকা পৰ্যন্ত!
🔴বিনামূলীয়াকৈ নাপাব GPay আৰু Paytmৰ সেৱা
🔴মোবাইল ৰিচাৰ্জ কৰিলেই দাম অনুসৰি দিব লাগিব ১-৬ টকা পৰ্যন্ত
🔴পূৰ্বৰে পৰাই Phonepeৰ জৰিয়তে মোবাইল ৰিচাৰ্জ কৰিলে প্ৰদান কৰিব লাগে এই ‘প্লেটফৰ্ম’ মাচুল