আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত ভাৰতীয় মূলৰ নেত্ৰী কমলা হেৰিছ…

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত ভাৰতীয় মূলৰ নেত্ৰী কমলা হেৰিছ…

কমলা হেৰিছক ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে মনোনীত। ডেম’ক্ৰেটিক দলৰ ২,৩৫০ প্ৰতিনিধিৰ সমৰ্থন লাভ কমলা হেৰিছৰ। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পৰ মূল প্ৰতিদ্বন্দ্বী হ’ব হেৰিছ। প্ৰাৰ্থিত্ব লাভৰ পাছতে ইতিহাস ৰচিলে কমলা হেৰিছে। হেৰিছ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী অশ্বেতাংগ মহিলা। ডোনাল্ড ট্ৰাম্পক পৰাস্ত কৰিলে হেৰিছ হ’ব আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি।

GTM Desk