জাগীৰোডত নিৰ্মাণ হব টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প!

জাগীৰোডত নিৰ্মাণ হব টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প!

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটো।

এই ফটো হৈছে জাগীৰোডত নিৰ্মান হব লগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নক্সা।

Shahnawaz Hamza