ৱায়ানাড: ৩১ ঘন্টাত নিৰ্মাণ কৰিলে ১৯০ ফুট দীঘল দলং

ৱায়ানাড: ৩১ ঘন্টাত নিৰ্মাণ কৰিলে ১৯০ ফুট দীঘল দলং

কেৰালাৰ ৱায়ানাডৰ উদ্ধাৰ অভিযানত সহায়ক হোৱাকৈ ভাৰতীয় সেনাই ৩১ ঘন্টাত নিৰ্মাণ কৰিলে ১৯০ ফুট দীঘল দলং। ভাৰতীয় সেনাৰ বিশেষ দলটোক নেতৃত্ব দিছিল মেজৰ সীতাই।

Shahnawaz Hamza

Related