ভয়ংকৰ দুৰ্ঘটনাত নিহত হ’ল নিহত ৫ জনকৈ ব’ল ব’ম যাত্ৰী!

ভয়ংকৰ দুৰ্ঘটনাত নিহত হ’ল নিহত ৫ জনকৈ ব’ল ব’ম যাত্ৰী!

গোঁসাইগাঁৱৰ মহাময়া মন্দিৰৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত নিহত ৫ জনকৈ ব’ল ব’মৰ যাত্ৰী। বিষমুৰীতো একেখন ট্ৰাকৰে খুন্দাত আন দুজন লোক নিহত। ঘটনা সংঘটিত কৰি পলায়ন ট্ৰাকখনৰ।

GTM Desk