বেয়া খবৰ! পেট্ৰ’লৰ মূল্যবৃদ্ধি…

বেয়া খবৰ! পেট্ৰ’লৰ মূল্যবৃদ্ধি…
  • দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে মূল্যবৃদ্ধিৰে ৰাইজৰ মাধমাৰ
  • ৰাজ্যত বৃদ্ধি পালে পেট্ৰ’লৰ দাম
  • প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ১.০১ টকাকৈ
  • গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৯৮.১৫ টকা
  • কৰ বৃদ্ধি কৰাৰ বাবে বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

GTM Desk