
মৰিগাঁৱত ২ ভুৱা আৰক্ষী অধীক্ষকক আটক

মৈৰাবাৰী দূৰবান্ধি গাঁৱৰ ওমৰ ফাৰুক, ৰছিদুল ইছলামক আটক

মৰিগাঁৱৰ লোচনাবৰীৰ পৰা দুয়োকে আটক আৰক্ষীৰ

‘ৰচীদুল ইলেক্ট্ৰনিকছ ষ্ট’ৰ’ নামৰ এখন দোকানত আৰক্ষীৰ অভিযান

দোকানখনত ভুৱা ছীল-মোহৰ, আৰক্ষীৰ ভুৱা প্ৰমাণ-পত্ৰ বিক্ৰী কৰিছিল

দোকানত থকা এটা লেপটপ, স্কেনাৰ, প্ৰিণ্টাৰ, SWIPE মেচিন জব্দ

SP-DCৰ নামত ভুৱা ছীল-মোহৰ, বহু আপত্তিজনক নথিও জব্দ