ধলাইৰ হাওয়াইথাং মাদ্ৰাছাত ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল। প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ছাত্ৰ ৰজিমুল হুছেইন লস্কৰক হত্যা। ডিঙি কাটি হত্যা কৰিছিল মাদ্ৰাছাৰ শিক্ষক হাফিজ মউচিন ৰহমানে। আৰক্ষীৰ তদন্তত পোহৰলৈ এই ভয়ংকৰ তথ্য। আৰক্ষীৰ কেইবা ঘণ্টা জেৰাৰ অন্তত চাঞ্চল্যকৰ স্বীকাৰোক্তি হাফিজ ৰহমানৰ।কিছুদিন পূৰ্বে মাদ্ৰাছাৰ পৰা পলাই গৈছিল ৰজিমুল হুছেইন। পলাই যোৱাৰ অভিযোগত নিৰ্মমভাৱে
Author: GTM Desk
ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত। ঘটনাস্থলীত উপস্থিত ৰঙিয়া আৰক্ষী।
কামৰূপৰ বাইহাটা চাৰিআলিত চাঞ্চল্যকৰ ঘটনা। আলট্ৰা বাছেৰে এটি ৫ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা। AS25AC8221 নম্বৰৰ বাছখনেৰে শিশুটিক অপহৰণৰ চেষ্টা। গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল বাছখন। ঘটনাস্থলীৰ পৰা আটক বাছখনৰ হেণ্ডিমেনক। হেণ্ডিমেনজনে তিনিআলি বাইপাছত নমাই দিছিল শিশুটিক। শিশুটিক নমাই। দৌৰি বাছত উঠিবলৈ লওঁতে আটক কৰে ৰাইজে। জালুকবাৰীৰ পৰা শিশুটিক লৈ অনা
🔷 ডাৱৰ বিস্ফোৰণত বিধ্বস্ত উত্তৰাখণ্ড 🔷 বিগত ২৪ ঘণ্টাত নেৰানেপেৰা বৰষুণ ৰাজ্যখনত 🔷 এইপৰ্যন্ত প্ৰকৃতিৰ কালৰূপত মৃত্যু ৭জন লোকৰ 🔷 ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত ভয়াৱহ ভূমিস্খলন 🔷 বিপাশা নদী আৰু হৰিদ্বাৰত গংগাৰ ৰুদ্ৰমূৰ্তি
হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন, ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ। এই ঘটনাত ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছঠে। এতিয়ালৈ দুটি শিশুসহ চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। বাকী