Author: GTM Desk

Tamannaah Bhatia Questioned by ED in Guwahati Over HPZ App Scam

Tamannaah Bhatia Questioned by ED in Guwahati Over HPZ App Scam

Guwahati: Bollywood actress Tamannaah Bhatia is currently under the spotlight as the Enforcement Directorate (ED) questions her in Guwahati regarding her association with the HPZ app scam. The investigation into the app’s fraudulent activities, which has cheated people out of crores of rupees, has led the authorities to call the

আলফা (স্বাঃ)ত যোগদানৰ সন্দেহ প্ৰাক্তন আছু নেতা লিখন বৰুৱাৰ

আলফা (স্বাঃ)ত যোগদানৰ সন্দেহ প্ৰাক্তন আছু নেতা লিখন বৰুৱাৰ

আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি লিখন বৰুৱা। মাতৃলৈ ৪ পৃষ্ঠাজোৰা চিঠি লিখি নিজ ঘৰৰ পৰা নিৰুদ্দেশ লিখন বৰুৱাৰ। প্ৰায় ১০ দিন পূৰ্বে ঘৰৰ পৰা নিৰুদ্দেশ হৈছে লিখন বৰুৱা। ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ ৰহমৰীয়াত ঘৰ লিখন বৰুৱাৰ। ২০২১ত অসম জাতীয় পৰিষদৰ হৈ অৱতীৰ্ণ হৈছিল নিৰ্বাচনত। লাহোৱাল সমষ্টিৰ পৰা নিৰ্বাচনত কৰিছিল প্ৰতিদ্বন্দ্বিতা।

শ্বেখ হাছিনাৰ বিৰুদ্ধে বাংলাদেশত গ্ৰেপ্তাৰী পৰোৱানা

শ্বেখ হাছিনাৰ বিৰুদ্ধে বাংলাদেশত গ্ৰেপ্তাৰী পৰোৱানা

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মানৱতা বিৰোধী অপৰাধৰ অভিযোগ। ছাত্ৰ আন্দোলনৰ সময়ত হিংসাৰ আশ্ৰয় লোৱাৰ অভিযোগ হাছিনাৰ বিৰুদ্ধে। লগতে মানৱ অধিকাৰ উলংঘনৰ অভিযোগতো অভিযুক্ত হৈছে হাছিনা। উল্লেখ্য যে হাছিনা এতিয়াও ভাৰতৰ আশ্ৰয়তে আছে। কিন্তু গ্ৰেপ্তাৰী পৰোৱানা জাৰিৰ পাছত হাছিনাক আশ্ৰয় দিয়াটো হ’ব পাৰে প্ৰত্যাহ্বান। দুয়ো দেশৰ ৰাজনৈতিক-কূটনৈতিক সম্পৰ্কতো প্ৰভাৱ পেলোৱাৰ আশংকা।