Author: GTM Desk

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন

কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন

প্ৰেছ বিজ্ঞপ্তি গুৱাহাটী, ছেপ্টেম্বৰ ২৮ : আজি কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটো ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু কটন বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগ আৰু বিবেকানন্দ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয়। এই সন্মিলনখনৰ উদ্দেশ্য আছিল দুয়োখন ৰাষ্ট্ৰৰ মাজৰ শৈক্ষিক সম্বন্ধ সুদৃঢ় কৰা। অনুষ্ঠানটোত বিভিন্ন

ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে!

ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে!

চহৰখনৰ নলা-নৰ্দমা চাফা কৰি ৰখাৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ ছাকাৰ আজি মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিখন ছুপাৰ ছাকাৰৰ সৈতে থাকিব তিনিটাকৈ ডাম্প টেংক। ইয়াৰ যোগেদি সৰু সৰু পথৰো নলা-নৰ্দমা চাফা কৰাটো সহজসাধ্য হ’ব আৰু ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধ কৰাত যথেষ্ট সহায়ক হ’ব। এই সময়ছোৱাত লগতে

কংগ্রেছ সভাপতি মল্লিকার্জুন খর্গেৰ পুত্রৰ অসম বিৰোধী মন্তব্যৰ তীব্র বিৰোধিতা কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাৰ

কংগ্রেছ সভাপতি মল্লিকার্জুন খর্গেৰ পুত্রৰ অসম বিৰোধী মন্তব্যৰ তীব্র বিৰোধিতা কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাৰ

অৰ্ধ কোটি সদস্যসংখ্যাৰে অসমত সদস্যতা অভিযানৰ ব্যাপক সফলতাত দলীয় কাৰ্যকৰ্তাক কৃতজ্ঞতা কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খর্গেৰ পুত্র তথা কংগ্রেছৰ এগৰাকী অন্যতম শীর্ষ নেতা প্রিয়াংক খর্গেই শেহতীয়াকৈ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কৰা অসম বিৰোধী মন্তব্যৰ তীব্র বিৰোধিতা কৰিছে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্র মাঘেৰিটাই । আজি নতুন দিল্লীত সাংবাদিকক সম্বোধন কৰি