৮ অক্টোবৰত অভিনেতাগৰাকীক প্ৰদান কৰিব এই বঁটা। নেচনেল ফিল্ম এৱাৰ্ড অনুষ্ঠানত দিয়া হ’ব বঁটা। সামাজিক মাধ্যমত এই তথ্য সদৰী কৰিছে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
Author: Shahnawaz Hamza
ভয়াৱহ বান, খহনীয়াত এইপৰ্যন্ত ১৭০গৰাকী লোকৰ মৃত্যু। সন্ধান নাই প্ৰায় ৪২ জনৰ, আহত শতাধিক লোক। এতিয়াও উদ্ধাৰ অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ।
খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বিশেষ অনুষ্ঠান। ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰা হ’ব ২ লাখ টকাৰ ঋণ। প্ৰথম কিস্তিত দিয়া হ’ব ৭৫ হাজাৰ টকা। ৩ দিনীয়া প্ৰশিক্ষণৰ অন্তত
নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ দ্বিতীয় দ্বি- বার্ষিক অধিবেশনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অভিনন্দন সভা কক্ষত অনুষ্ঠিত সন্থাৰ সভাপতি কমৰেড বিৰিঞ্চি কুমাৰ বুজৰবৰুৱাই সন্থাৰ পতাকা উত্তোলন
নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–নগাঁৱৰ সুযোগ্য সন্তান, সমাজ সচেতন ব্যক্তি,শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠাৰ অন্যতম কাণ্ডাৰী লোকসেৱক হলধৰ ভূঞা স্মাৰক বক্তৃতানুষ্ঠান আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি