Author: GTM Desk

BCCI Women’s U-19 T-20 টুৰ্ণামেণ্টত অসমক প্ৰতিনিধিত্ব কৰিব নলবাৰীৰ ৫ গৰাকীকৈ ক্ৰিকেটাৰ

BCCI Women’s U-19 T-20 টুৰ্ণামেণ্টত অসমক প্ৰতিনিধিত্ব কৰিব নলবাৰীৰ ৫ গৰাকীকৈ ক্ৰিকেটাৰ

ভাল খবৰ! ১ অক্টোবৰৰ পৰা নাগপুৰত অনুষ্ঠিত হ’বলগীয়া BCCI Women’s U-19 T-20 টুৰ্ণামেণ্টত অসমক প্ৰতিনিধিত্ব কৰিব নলবাৰীৰ ৫ গৰাকীকৈ ক্ৰিকেটাৰ। প্ৰাঙ্গণা বৈশ্য, কাকু বৰ্মন, জ্ঞানশ্ৰী বৰ্মন, জাগৃতি কলিতা আৰু নাৰ্জিয়াৰা বেগমৰ স্থান লাভ।

মহানগৰীৰ ভিআইপিৰ বৰমটৰীয়াত জঘন্য কাণ্ড

মহানগৰীৰ ভিআইপিৰ বৰমটৰীয়াত জঘন্য কাণ্ড

নিজ জন্মদাত্ৰী মাতৃক ট্ৰফীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জীয়ৰী, টেনিছ খেলুৱৈ তানিয়া কুমাৰীক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ মহানগৰীৰ মাজমজিয়াত জঘন্য ঘটনা ৷ শুক্ৰবাৰে নিশা মহানগৰীৰ ভিআই পি পথৰ অভিজাত এপাৰ্টমেণ্ট ‘পূণিৰ্মা মেনচনত তানিয়া কুমাৰী নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীয়ে নিজ মাতৃক টেনিছ ট্ৰফীয়ে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে ৷ হত্যাৰ বলি হোৱা

ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডোৱেইন ব্ৰাভলৈ নতুন দায়িত্ব

ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডোৱেইন ব্ৰাভলৈ নতুন দায়িত্ব

কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে নিযুক্তি ব্ৰাভক। সকলোধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লৈছে ব্ৰাভয়ে। গৌতম গম্ভীৰে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাত খালী হৈ আছিল কে কে আৰৰ মেণ্টৰ পদ।