গুৱাহাটী,২৮ ছেপ্টেম্বৰ: অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)ৰ অধীনত কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু পিছবেলা দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মেট্ৰিক পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব। স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা পদৰ বাবে ৰাজ্যৰ ৫ লাখ
Author: GTM Desk
হয়, এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “এনআৰচিত নাম নথকাসকলক গতা মাৰি বাংলাদেশলৈ পঠিয়াব লাগিব । এয়া আমাৰ নীতি হ’ব । প্ৰথমে সকলোকে দাবী প্ৰমাণ কৰিবলৈ সুবিধা দিয়া হ’ব । যদি পিছত ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰে আইনগত ব্যৱস্থাৰে বাংলাদেশলৈ পঠিয়াই দিয়া হ’ব ।” ঝাৰখণ্ডত অসমৰ
অসম চৰকাৰে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলগীয়া এ ডি আৰ ই পৰীক্ষাৰ ভুৱা প্ৰশ্ন কাকত ফেচবুকত পোষ্ট দি বিপদত এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম ৰশ্মি গগৈ বুলি জানিব পৰা গৈছে> শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে ৰশ্মি গগৈক। জিলাখনৰ নামতি অঞ্চলত মহিলা গৰাকীক আটক কৰি সোধ-পোছ কৰে আৰক্ষীয়ে। সোধপোছৰ অন্তত উক্ত পোষ্ট ভুৱা হিচাপে
গুৱাহাটী, ২৮ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ এতিয়াও তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। অভিনেত্ৰী চুমী বৰা, স্বামী তাৰ্কিক বৰাকে ধৰি মাষ্টাৰমাইণ্ড বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি ডিব্ৰুগড় আৰক্ষীয়ে ৰাজ্যৰ কেইবাজনো ইউটিউবাৰ আৰু ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰক সোধা-পোছাৰ বাবে তলব কৰে। সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এই কেলেংকাৰীৰ বিৰুদ্ধে
নিচাযুক্ত টেবলেট খুৱাই এগৰাকী লম্পটে নাবালিকাৰ লগত সংঘটিত কৰিলে অপকৰ্ম ৷ বিশ্বনাথৰ দিৰিং চাহ বাগিছাৰ ১৩ বছৰীয়া এগৰাকী নাবালিকাৰ লগত এজন লম্পটে জঘন্য কাণ্ড সংঘটিত কৰাৰ ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে তিনিসুঁতিৰ বজাৰত চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দেখুৱাই নাবালিকাগৰাকীৰে লম্পটজনে অপকৰ্ম সংঘটিত কৰে। পুৱা সাৰ পাই নাবালিকাগৰাকীয়ে নিজকে