Author: GTM Desk

শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ দোষীক শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল

শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ দোষীক শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল

শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ দোষীক শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল। জাতীয় সংগঠনৰ উজনিৰ পৰা, ৭ দিন সময় সীমা বান্ধিন দিলে। দল সংগঠনে বংগমূলীয় মুছলমানৰ বিপক্ষে শিৱসাগৰত দল সংগঠনৰ উত্তাল প্ৰতিবাদ। শিৱসাগৰৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ। শিৱসাগৰৰ পৰা দোষীক এনকাউন্টাৰৰ দাবী তুলিলে দল সংগঠনে ৷ মিঞাৰ বিৰুদ্ধেও মাৰবান্ধি থিয়

বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ পোচাগড় প্ৰাইমাৰী সমিতিৰ বাৰ্ষিক অধিৱেশন

বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ পোচাগড় প্ৰাইমাৰী সমিতিৰ বাৰ্ষিক অধিৱেশন

বিপিএফ দলৰ পোচাগড় প্ৰাইমাৰী পুৰণি সমিতি ভংগ নতুন সমিতি গঠন। কোকৰাঝাৰ জিলাৰ অন্তৰ্গতবিপিএফ ৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ কাৰ্যালয়ত আজি বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ পোচাগড় প্ৰাইমাৰী সমিতিৰ বাৰ্ষিক অধিৱেশন উপলক্ষে বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকৰ সভাপতিত্ব এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত অতিথি হিসেবে উপস্থিত থাকে

শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। ধিং কাণ্ডৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ তাই আহোম ছাত্ৰ সন্থা। সন্দেহযুক্ত লোকক শীঘ্ৰেই উজনি ত্যাগৰ কৰা নিৰ্দেশ। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ অন্যথা বিষম পৰিণতিৰ সন্মুখীন হবলৈ সাজু থকাৰ কথা কয়। অবৈধ বাংলাদেশী হুচিয়াৰ,অবৈধ বাংলাদেশীৰ দপদপনি নচলিব।

দীৰ্ঘদিন ধৰি জাতীয় দলত উপেক্ষিত হৈ ৰোৱাৰ পিছত অৱশেষত আজি ক্ৰিকেটক বিদায় জনালে শিখৰ ধাৱানে

দীৰ্ঘদিন ধৰি জাতীয় দলত উপেক্ষিত হৈ ৰোৱাৰ পিছত অৱশেষত আজি ক্ৰিকেটক বিদায় জনালে শিখৰ ধাৱানে

নিজা সামাজিক মাধ্যম একাউণ্ট যোগে ধাৱানে আজি অৱসৰৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। কেৱল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটেই নহয়, ঘৰুৱা ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। আজি পুৱা এক ভিডিঅ’ শ্বেয়াৰ কৰি ধাৱানে অৱসৰৰ কথা ঘোষণা কৰাৰ লগতে তেওঁৰ এই ক্ৰিকেটীয় যাত্ৰাত সমৰ্থন আগবঢ়োৱা সকলো অনুৰাগীক ধন্যবাদ জনায়।

NRL ৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই তেল চুৰি

NRL ৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই তেল চুৰি

নুমলীগড় চাহবাগিছাৰ মাজত দুস্কৃতিকাৰীয়ে পুনৰ NRL ৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই তেল চুৰি কাণ্ড সংঘটিত কৰিছে। যাৰ ফলত কাষেৰে বৈ যোৱা ৰাংচালী নৈত বৈছে তেলৰ সোত। ঘটনাস্থলীত NRL ৰ বিষয়ববীয়া উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে সমগ্ৰ ঘটনা। বৰ্তমানেও তেল নিৰ্গত হৈ আছে পাইপ ডালেৰে। এনে পৰিস্থিতিৰ ফলত যিকোনো মূহুৰ্তত