কণমানি নিকুয়ে লাভ কৰিলে নতুন ঠিকনা। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ বদান্যতা। নিকুমণিৰ দায়িত্ব ল’লে হৃদয়বান মহবুবুল হকে। নিকুৰ নতুন ঠিকনা UNIVERSITY OF SCIENCE & TECHNOLOGY, MEGHALAYA ‘মই নিকুক বহুত ডাঙৰ
Author: Shahnawaz Hamza
অনিয়ম হোৱা সকলো কেন্দ্ৰৰ পৰীক্ষা বাতিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহ সমস্যা ৰোধ কৰিবলৈ এইবাৰ প্ৰশাসনে হাতত লৈছে আন এক কঠোৰ সিদ্ধান্ত৷ গুৱাহাটীত বাহিনী নৈৰ ওপৰত নিৰ্মিত ৮৯খন কংক্ৰিটৰ ব্ৰীজ ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মহম্মদ ছাহাবুদ্দিনক অভিনন্দন জ্ঞাপন কৰিছে। নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনলৈ প্ৰেৰণ কৰা এখন পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা সংগ্রামী হিচাপে তেওঁৰ অৱদান
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ চিকিৎসা ব্যৱস্থাক সহজলভ্য কৰি তোলাৰ বিষয়টোক চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে স্বাস্থ্যসেৱা সহজ আৰু সুলভ কৰি তোলাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা ক্ৰমান্বয়ে বৃদ্ধি