‘Bigg Boss OTT’ winner and TV star Divya Agarwal, almost a year after her break up with Varun Sood, has spoken out after the latter’s sister, Akshita Sood, accused her
Author: Shahnawaz Hamza
ঋতুস্ৰাৱৰ সময়ত ছুটী বিচৰা শ্ৰমিক মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে দাখিল কৰা জনস্বাৰ্থৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কোনো নিৰ্দিষ্ট সিদ্ধান্ত নিদিলে। অৱশ্যে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে প্ৰতিখন ৰাজ্য চৰকাৰক ছুটী সন্দৰ্ভত
দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষীৰ লোকে৷ নিহত আৰক্ষীজন গোৱালপাৰা আৰক্ষীৰ District Special Branchৰ ASI শশধৰ ব্ৰহ্ম ৷ কৃষ্ণাই থানাত কৰ্মৰত আছিল নিহত ব্ৰহ্ম ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত
নুনমাটিত পাহাৰ খহি মহিলা শ্ৰমিকৰ মৃত্যু। তাৰা বানু বেগম নামৰ মহিলা শ্ৰমিকগৰাকীৰ পাহাৰৰ মাটি খহাত পোত গৈ মৃত্যুমুখত পৰে। তাৰা বানুৰ ঘৰ নুনমাটি আনন্দ নগৰত বুলি জানিব পৰা গৈছে। নুনমাটিৰ
পল্টনবজাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে দুই দুর্ধর্ষ ডকাইত গ্ৰেপ্তাৰ কৰে। ধৃত ডকাইত দুটা হৈছে ক্ৰমে ইৰফান শ্বেখ আৰু নজৰুল ইছলাম। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুটাৰ পৰা লক্ষাধিক টকাৰ চুৰি সোণৰ অলংকাৰ উদ্ধাৰ