আৰক্ষীয়ে মাৰিব গৈছিল ডকাইত কেনাৰাম বড়োক, মাৰিলে ডিম্বেশ্বৰ মুছাহাৰীক

আৰক্ষীয়ে মাৰিব গৈছিল ডকাইত কেনাৰাম বড়োক, মাৰিলে ডিম্বেশ্বৰ মুছাহাৰীক

আৰক্ষীয়ে মাৰিব গৈছিল ডকাইত কেনাৰাম বড়োক, মাৰিলে ডিম্বেশ্বৰ মুছাহাৰীক। অসমত চলিছে পুলিচৰাজ।

কোনো বাচ-বিচাৰ নোহোৱাকৈয়ে শেষ কৰি পেলালে এজন লোকক।

অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ !

ডকাইতৰ বিপৰীতে এনকাউণ্টাৰ কৰিলে আন এজন ব্যক্তিক।

ডকাইতৰ মৃতদেহ বুলি পুতি থ’লে নিহত ব্যক্তিজনৰ মৃতদেহ

Shahnawaz Hamza