বিশ্ববিখ্যাত কাজিৰঙাৰ হাতীখুলী চাহ বাগিচাত পঞ্চতাৰকা হোটেল নিৰ্মানক লৈ বিভিন্ন দল সংগঠন অব্যাহত আছে প্ৰতিবাদ। চাহ গছ কাটি হোটেল নিৰ্মাণৰ বিৰুদ্ধে শনিবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘই। তাৰে মাজতে শনিবাৰে টাটা গ্ৰুপ আৰু ৰাজ্য চৰকাৰ পৰ্যটন বিভাগৰ মাজত সম্পন্ন হয় আতিথ্য আন্তঃগাঁথনি স্থাপনৰ
Author: GTM Desk
‘‘কংগনা ৰাণাৱটৰ মুখ চালে মোৰ পাপ হ’ব। তেওঁ আজিও প্ৰায়শ্চিত্ত নকৰিলে’’- শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ
কংগনা ৰাণাৱট হিমাচল প্ৰদেশৰ মাণ্ডিৰ বিজেপি সাংসদ। ধৰ্ম আৰু ৰাজনীতিৰ সৈতে সম্পৰ্কিত সংবেদনশীল বিষয়ত কৰি অহা মন্তব্যৰ বাবে তেওঁ প্ৰায়ে থাকে সংবাদ শিৰোনামত। সাংসদ হোৱাৰ প্ৰায় ৫ বছৰ পূৰ্বে এটা বিবৃতি দি হিন্দুসকলৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ আছিল কংগনাৰ বিৰুদ্ধে। আৰু সেই পুৰণি অভিযোগক লৈয়ে স্বামী অভিমুক্তেশ্বৰানন্দই ভংগ কৰিছে
PALASBARI,Aug 3: The Kamrup District Commissioner Keerthi Jalli, today felicitated Dhritismita Kalita of Rangia College at her residence. Dhritismita secured the 1st Class 1st position in Sanskrit in the BA (HONS) Final examination under Gauhati University.The District Commissioner visited the student’s residence on Vishnu Mandir Road, Murara, Rangia to congratulate
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ ধুবুৰী জিলাৰ ধুবুৰী সদৰ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আকবৰ আলী সৰকাৰ(৬০) আৰু বিলাসীপাৰা মহকুমাৰ ৰাণীগন্জ এলেকাৰ আফ্ৰিণ বেগম নামৰ দুবছৰীয়া শিশু এটি জাপানীজ এনকেফেলা ইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে। যোৱা ১৮ জুলাইত গুৱাহাটী মেডিকেল কলেজ
শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি বিপদত পৰিছে গুৱাহাটীৰ এজন চিকিৎসক। এটা চাইবাৰ চক্রই চিকিৎসকজনৰ পৰা লুটিলে ২কোটি টকা। ফেচবুকত পোৱা লিংক ক্লিক কৰি চিকিৎসকজনে হেৰুৱালে কোটি টকা। ফেচবুকৰ লিংক মতেই টেলিগ্রাম এপৰ গ্রুপত সংযুক্ত হৈছিল ভুক্তভোগী চিকিৎসকজন। এপটোৰ জৰিয়তে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগৰ পৰামৰ্শ লৈছিল। উল্লেখযোগ্য যে চিকিৎসকজন ৩মাহ ধৰি