Author: GTM Desk

এমএছএ ২০২৪ত দুটাকৈ বঁটাৰে সন্মানিত অ’এনজিচি অসম সম্পদ

এমএছএ ২০২৪ত দুটাকৈ বঁটাৰে সন্মানিত অ’এনজিচি অসম সম্পদ

নাজিৰা, ১ আগষ্ট, ২০২৪ যোৱা ২৮ জুলাইত কলকাতাৰ বিশ্ব বাংলা কনভেনচন চেণ্টাৰত অনুষ্ঠিত খনি সুৰক্ষা বঁটা ২০২৪ (Mines Safety Award 2024) অনুষ্ঠানত অ’এনজিচি অসম সম্পদে দুটাকৈ সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। খনি সুৰক্ষা সঞ্চালকালয়ৰ (DGMS) তত্বাৱধানত সৰ্বভাৰতীয় খনি সুৰক্ষা সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোৰ মূল লক্ষ্য হ’ল সমগ্ৰ ভাৰতবৰ্ষত

দিল্লীৰ ফ্লেটত অসমৰ ২১ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ…

দিল্লীৰ ফ্লেটত অসমৰ ২১ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ…

দিল্লীত ফ্লেটত বাস কৰিছিল অসমৰ ২১ বছৰীয়া যুৱতী স্নেহা। জিমট্ৰেইনাৰ হিচাপে কাম কৰিছিল স্নেহাই। কিন্তু শুকুৰবাৰে ফ্লেটতে স্নেহাৰ সৈতে প্ৰেমিক ৰাজে সংঘটিত কৰিলে ভয়ংকৰ কাহিনী… Video: https://www.facebook.com/share/v/tNkxGLwTivHgTTgo/?mibextid=jmPrMh -দিল্লীত ফ্লেটত বাস কৰিছিল অসমৰ যুৱতী স্নেহা নাথ -২১ বছৰীয়া স্নেহাই জিম ট্ৰেইনাৰ হিচাপে কাম কৰি আছিল -শনিবাৰে ফ্লেটত উপস্থিত হৈ স্নেহাক আক্রমণ

২ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব উপ-জিলাৰ কাম-কাজ: মুখ্যমন্ত্ৰী

২ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব উপ-জিলাৰ কাম-কাজ: মুখ্যমন্ত্ৰী

২ অক্টোবৰত আনুষ্ঠানিকভাৱে উপ-জিলা আৰম্ভ কৰা হ’ব। কামৰূপ জিলাৰ দুখন উপ-জিলা হ’ব। উপ-জিলাৰ প্ৰশাসনিক ব্যৱস্থা ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা কাম আৰম্ভ হ’ব উপ-জিলাৰ। লগে লগে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। কাইলৈ লোকনিৰ্মাণ বিভাগে উপায়ুক্তসকলক নক্সা দেখুৱাব কাৰ্যালয়ৰ। আজি জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত এই কথা

মেঘালয়ৰ তুৰাত অসমৰ বাহনত আক্ৰমণ, শিলগুটি মাৰি ভাঙি পেলালে বাহনৰ গ্লাছ

মেঘালয়ৰ তুৰাত অসমৰ বাহনত আক্ৰমণ, শিলগুটি মাৰি ভাঙি পেলালে বাহনৰ গ্লাছ

মেঘালয়ৰ তুৰাত অসমৰ বাহনত আক্ৰমণ। মেঘালয়ৰ একাংশ টেক্সি চালকে আক্ৰমণ চলোৱাৰ অভিযোগ৷ শিল দলিয়াই ভাঙিলে বাহনৰ গ্লাছ, ল’ক৷ গোৱালপাৰাৰ এগৰাকী যুৱক, পেছাত ঠিকাদাৰ যুৱকজনে দেওবাৰে গৈছিল গাৰোপাহাৰৰ তুৰালৈ৷ পথৰ দাঁতিত নিশা ৰখাই থোৱা বাহনখনত আজি পুৱা একাংশ টেক্সি চালকে অতৰ্কিতে অসমৰ পঞ্জীয়ন ভুক্ত বাহনখনত আক্ৰমণ চলায়। বিশেষ কোনো কাৰণ নথকাকৈয়ে

‘‘ভয়ৰ পৰিবেশ নিৰ্মাণ কৰি চক্ৰবেহু সাজিছে প্ৰধানমন্ত্ৰীয়ে, বেহু ভাঙি আগবাঢ়িম আমি!’’ সংসদত উদাত্ত ভাষণ ৰাহুল গান্ধীৰ

‘‘ভয়ৰ পৰিবেশ নিৰ্মাণ কৰি চক্ৰবেহু সাজিছে প্ৰধানমন্ত্ৰীয়ে, বেহু ভাঙি আগবাঢ়িম আমি!’’ সংসদত উদাত্ত ভাষণ ৰাহুল গান্ধীৰ

লোকসভাত সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। চক্ৰবেহুৰ ৰূপক ব্যৱহাৰ কৰি তেওঁ কয় যে দেশত ভয়ৰ পৰিবেশ বিয়পি আছে। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত লোকসভাত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি গান্ধীয়ে দাবী কৰে যে বিজেপিৰ সাংসদ, কৃষক আৰু কৰ্মীকে ধৰি সকলোৰে সৈতে চক্ৰবেহুৰ জৰিয়তে ভয়