With the National Register of Citizens (NRC) process underway to detect the illegal foreigners residing in the country, the suspended Congress MLA of Assam Sherman Ali Ahmed on Friday claimed that there are no “illegal” Bangladeshi Muslims in the state. Sherman, who represents the Baghbar assembly constituency in lower Assam’s
Author: GTM Desk
শোৱাৰ পৰা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে অনেকে । নিশা শোৱাৰ সময়ত সাত-আঠ ঘণ্টা পানী নোখোৱাৰ পাছত এই অভ্যাসে যে কেৱল তৃষ্ণা পূৰণ কৰে তেনে নহয় । ওজন কমোৱাত, খাদ্য হজম কৰাত, আনকি বৃক্কৰ কার্যকাৰিতা ৰক্ষা কৰাতো সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, পুৱা খালি পেটত গৰম পানী খোৱাৰ
বৰ্তমান যেন প্ৰায় মানুহৰ এটাই সমস্যা ৰাতি টোপনি নহা । আচলতে এই সমস্যাৰ লগত আমাৰ খাদ্যভ্যাস জড়িত হৈ থাকে । দিনৰভাগত ভাল, এনে কিছুমান খাদ্য আছে , যিবোৰ নিশা খালে আমাৰ শৰীৰত উপকাৰ কৰাৰ সলনি অপকাৰহে কৰিব পাৰে । সাধাৰণতে নিশা আমি সদায় পাতলীয়া তথা কম তেল-মচলাযুক্ত আহাৰ খাব লাগে । নিশাৰ
কেদাৰনাথ উত্তৰাখণ্ডত অৱস্থিত। ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম মন্দিৰ। পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱ তপস্যা কৰিছিল। তেওঁলোকৰ কঠোৰ তপস্যাবলে সন্তষ্ট হৈ শিৱই কেদাৰ শৃংগত জ্যোতি লিংগ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে। মহাভাৰতত পঞ্চ পাণ্ডৱ জয়ী
চণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন ৷ সেহিসে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ ৷৷ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, চাণ্ডাল পৰ্যন্ত পৰম মঙ্গলময় হৰিনাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰি পৰম পবিত্ৰ হ’ব পাৰে ৷ হৰিনামে উচ্ছ-নীচ্, জাত