নিউজ ব্যুৰ’,নগাঁও,২জুলাই :–কলিয়াবৰৰ হাতীমূৰা মথাউৰিৰ ভগ্ন অংশত মঙলবাৰে নিশা আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে নিশা মথাউৰিৰ ভগা অংশত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে শীঘ্ৰে ভগা অংশত জিঅ’বেগৰ সহায়ত মথাউৰি মেৰামতি কৰা হ’ব বুলি জানিবলৈ দিয়ে। ডিব্ৰুগড়ত বৰ্তমান পানী পূৰ্বৰ তুলনাত কমিছে বুলি জানিব দি লগতে
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,২জুলাই :–কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বৃদ্ধি পাইছে জলস্তৰ ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে উদ্যান সংযোগী নলাসমূহৰে তীব্ৰগতিত বাঢ়নী পানী প্ৰৱেশ কৰাত প্লাৱিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখন ৷ মঙলবাৰে উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত
👉দিল্লীৰ যন্তৰ মন্তৰত ৰাতিপুৱা ১০ বজাৰ পৰা ১:০০ বজালৈ সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনি ঘণ্টীয়া ধৰ্ণা 👉অসমৰ বসবাস কৰা ভূমি পুত্ৰ চাওঁতাল সকল জনজাতিকৰণ দাবীৰে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ 👉বনাঞ্চলত বসবাস কৰা চাওঁতাল সকলোক বনাঞ্চল আইন ২০০৬ অনুসৰি ভূমি পট্টা প্ৰদান আৰু অষ্টম অনুসুচিত স্বীকৃতি প্ৰাপ্ত চাওঁতালী ভাষা প্ৰাথমিক পৰা
নিউজ ব্যুৰ’,নগাঁও,২জুলাই:-বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ প্ৰতি আহিছে চৰম ভাবুকি। বিশেষকৈ ওখ ঠাইৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত যান-বাহনৰ পৰা জীৱ-জন্তুৰ প্ৰাণৰ প্ৰতি সংশয় আহিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কলিয়াবৰ মহকুমা আৰক্ষী প্ৰশাসন তাৰ বাবে এতিয়া সষ্টম
ছাত্ৰৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়। Cash fo Marks-এ কঁপাইছে বিশ্ববিদ্যালয়খন। সমগ্ৰ ঘটনা পুংখানুপুংখকৈ তদন্তৰ দাবী শিক্ষাৰ্থীৰ। বিশ্ববিদ্যালয়খনত ধনৰ বিনিময়ত মাৰ্কশ্বীটত নম্বৰ বৃদ্ধিৰ কেলেংকাৰি। ১২-১৩ হাজাৰ টকাতে শিক্ষাৰ্থীয়ে বৃদ্ধি কৰিব পাৰে নিজৰ মাৰ্কছ। এই কেলেংকাৰি সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে ৯জনক।