PALASBARI,July 1:The Adani group-run Lokpriya Gopinath Bordoloi International (LGBI) Airport in Guwahati, will shift to its new terminal by April 2025, a senior official confirmed. It may be mentioned here that the initial target to complete the terminal building, being developed at a total cost of over Rs 2,000 crore,
Author: GTM Desk
মহানগৰীৰ বিভিন্ন আৰক্ষী থানাত সজাগতা সভা ।। তাৰ সমন্তৰাল ভাবে আজাৰা আৰক্ষী থানাতও সজাগতা সভাৰ আয়োজন কৰা হয় ।। নতুন আইনও ন্যায়িক ব্যৱস্থাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা আজাৰা আৰক্ষী থানাত ।। এই নতুন আইনও ন্যায়িক ব্যৱস্থাৰ সজাগতা সভাত উপস্থিত থাকে পশ্চিম আৰক্ষী সংমণ্ডলৰ DSC PROBATIONER স্বপ্ননিল বেজবৰুৱা , আজাৰা
বৰষুণ দি থকাৰ সময়ত ধাৰাপুৰ চাৰিআলিত এই অগ্নিকাণ্ড ।। অগ্নিকাণ্ডৰ সূত্ৰপাত কিহৰ বাবে হৈছে জানিব পৰা হোৱা নাই ।। এই অগ্নিকাণ্ডৰ ফলত বহু কেইখন দোকান জুইত জাহ যায় ।। দোকান সমূহত আছিল মূল্যৱান সামগ্ৰী , সকলো জ্বলি যায় ।। ধাৰাপুৰৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰি জুই নুমাব চেষ্টা কৰি থকা অৱস্থাত
নিউজ ব্যুৰ’,নগাঁও,৩০জুন:–নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁও তিনিআলিত ৰবিবাৰে বিয়লি দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত হোৱাৰ লগতে পাঁচজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় । নিহত লোকজনক মৰিগাঁৱৰ ভূৰাগাঁৱৰ তাপস ৰয় বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত বাতৰি মতে নগাঁও অভিমুখে গৈ থকা এ এচ ০
নিউজ ব্যুৰ’,নগাঁও,৩০জুন:-ৰাজ্য চৰকাৰে ঘোষণা কৰা উপ-জিলাকলৈ নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বঢ়মপুৰ সমষ্টিৰ উপ জিলাৰ সদৰ কাৰ্যালয় স্থানকলৈ এতিয়া সাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছে কল্পনা-জল্পনা । বঢ়মপুৰ উপ জিলাৰ সদৰ কাৰ্যালয় কামপুৰত স্থাপন কৰাৰ কথা চৰ্চালৈ অহাৰ পিছতে এতিয়া বৃহত্তৰ বঢ়মপুৰৰ অঞ্চলে অঞ্চলে নাগৰিক সভা অনুষ্ঠিত কৰি