Author: GTM Desk

বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…

বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…

বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ উদ্যোগত পাঞ্জাবাৰীৰ বাঘৰবড়ীস্থিত দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত আজি সীতা নৱমী উদযাপন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ খানাপাৰা প্ৰখণ্ডৰ সাধাৰণ সম্পাদক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানত বৌদ্ধিক প্ৰদান কৰে বিশিষ্ট মহিলা নেত্ৰী ৰুণজুন বৰুৱা কৌশিক আৰু বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰৰ জিলা সভাপতি শুভৰাম বৰাই। সীতা

ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…

ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…

ভাঙা টিভি খ্যাত ইউটিউবাৰ দ্বীপজ্যোতি ডেকা বাইহাটা চিগনাচ হাস্পতালৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ। যোৱা কেইদিনমানৰ পূৰ্বে মঙ্গলদৈৰ গাঁৱবুঢ়াৰ চ’কত কোনো দুৰ্বৃত্তই আক্ৰামন কৰাৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা দ্বীপজ্যোতি ডেকা উন্নত চিকিৎসাৰ বাবে বাইহাটাস্থিত চিগনাচ হাস্পতালত চিকিৎসাধীন হৈ আছিল। মূৰত আঘাতপ্ৰাপ্ত দীপজ্যোতি বৰ্তমান সুস্থ হৈ উঠিছে। প্ৰতিটো মুহূৰ্তত চিগনাচ

চিলাপথাৰত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

চিলাপথাৰত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

চিলাপথাৰৰ দক্ষিণ চ’ছাইটি গাঁৱৰ দুলাল গোস্বামীৰ কনিষ্ঠ পুত্ৰ তথা ১৪ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ৪ দিনে সন্ধানহীন হৈ আছে। ১৪ মে’ৰ পুৱাই স্কুললৈ বুলি ওলাই যোৱা ছাত্ৰজনে দুপৰীয়া ঘৰত স্কুলৰ কিতাপ-বহীৰ বেগ এৰি থৈ ওলাই যায় হঠাৎ সন্ধানহীন হয়। পৰিয়ালৰ লোকে আত্মীয় লোকৰ ঘৰত বিচাৰ খুচাৰ কৰে যদিও

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…

-পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ লোক। ১০ মে’ত ৪ বন্ধুৰ সৈতে গৈছিল মাইনুল ইছলাম নামৰ লোকজন। -১৩ মে’ত শেষবাৰৰ বাবে মাইনুলৰে যোগাযোগ হৈছিল পত্নীৰ। -মাইনুলৰ সন্ধান পালে 70992-41464/60007-03148ত যোগাযোগৰ আহ্বান পৰিয়ালৰ।

চিৰাঙৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ…

চিৰাঙৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ…

চিৰাঙৰ বিভিন্ন অঞ্চলত প্রচণ্ড ধুমুহা-বৰষুণৰ তাণ্ডৱ। ধুমুহাত বিস্তৰ ক্ষতি হোৱাৰ খবৰ। ধুমুহাৰ ফলতে উভালি পৰে প্ৰকাণ্ড গছ। এডাল প্ৰকাণ্ড গছ উভালি পৰে চাৰিচকীয়া বাহনৰ ওপৰত। কথমপি প্রাণৰক্ষা বাহনখনত থকা লোক কেইজনৰ। চিৰাঙৰ আই নৈৰ হাগ্রামা দলঙৰ সমীপত সংঘটিত এই ঘটনা।