গৰম পৰাৰ লগে লগে বহুলোকে আন পানীয়তকৈ ডাবৰ পানী খোৱাতো পছন্দ কৰে। কিন্তু আপুনি জানেনে এই ডাবৰ পানীয়ে আপোনীৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিমান উপাকাৰী। নাৰিকল পানী হৈছে সতেজ আৰু পুষ্টিকৰ পানীয়, গ্ৰীষ্মকালত নাৰিকল পানী সেৱন কৰিলে এই সমস্যা সমূহ দূৰ হ’ব আপোনাৰ- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ নাৰিকলৰ পানীত পটাছিয়াম, ছডিয়াম,
Author: GTM Desk
কোভিশ্বীল্ডৰ পাছত এইবাৰ ক’ভাক্সিনৰ পাৰ্শ্বক্ৰিয়া, গৱেষণাত প্ৰকাশ পাইছে এই তথ্য সমগ্ৰ বিশ্বতে জোকাৰণি তোলা কোভিশ্বীল্ডৰ পাইত এইবাৰ কোভেক্সিন সন্দৰ্ভতো প্ৰকাশ পাইছে পাৰ্শ্বক্ৰিয়াৰ তথ্য। বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কৰা এবছৰীয়া ফ’ল’ আপ অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰত বায়’টেকৰ ক’ভিড বিৰোধী ভেকচিন ক’ভাক্সিন গ্ৰহণ কৰা ব্যক্তিসকলৰ প্ৰায় এক তৃতীয়াংশৰ পাৰ্শ্বক্ৰিয়া
নতুন গাড়ী কিনা মানে বহুত টকাৰ খৰচ। সকলো চাব লাগিব। কিন্তু আজিকালি গাড়ী কিনাটো বহুত সহজ হৈ পৰিছে।আজিকালি প্ৰায় সকলো বেংকে কেইবাটাও আকৰ্ষণীয় গাড়ী ঋণ আগবঢ়াই আছে। এটা সময়ত ইমান টকা দিয়াটো বহুতৰে বাবে সম্ভৱ নহয়। তেনে ক্ষেত্ৰত EMI থকা গাড়ী কিনাটো ঋণৰ সহায়ত বহুত সহজ হৈ পৰিছে। বৰ্তমান ষ্টেট
প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান। আজি পুৱা ৭.০৮ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে অগপ দলৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি মধুমেহ, যকৃৎ, বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল বড়ো। মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৰ বয়স হৈছিল ৮৫ বছৰ। সোমবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী তথা
পুনৰ ৰাজ্যত পৰোকীয়া প্ৰেমৰ বাবে হত্যাৰ বলি হৈছে এগৰাকী মহিলা ।। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোট দান প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ডেকাপাৰাত ভাড়াতিয়া ৰুমত পুতি থোৱা অবস্থাত উদ্ধাৰ হৈছিল মহিলাৰ মৃত দেহ ।। মৃত মহিলা গৰাকীৰ নাম সুনিতা মুন্ডা ।। বাক্সাজিলাৰ সুনিতা মুণ্ডাই প্ৰায় 1 বছৰ ধৰি