Author: GTM Desk

মহানগৰীৰ ছয়মাইলত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস; দিন দুপৰতে দুৰ্বৃত্তই মহিলাৰ পৰা লুটি নিলে সোনৰ চেইন

মহানগৰীৰ ছয়মাইলত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস; দিন দুপৰতে দুৰ্বৃত্তই মহিলাৰ পৰা লুটি নিলে সোনৰ চেইন

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চিলনী চোৰে অব্যাহত ৰাখিছে সন্ত্ৰাস ৷ আজি পুৱাতে এগৰাকী মহিলাক পিষ্টল দেখুৱাই চিলনী চোৰে লুটিলে সোণৰ চেইন ৷ ছয়মাইলৰ অভিজিৎ পথত সংঘটিত হৈছে এই ঘটনা ৷ প্রাতঃভ্ৰমণলৈ অহাৰ সময়তে এগৰাকী মহিলাগৰাকীৰ পৰা বাইকত অহা দুই দুর্বৃত্তই লুটি লৈ যায় সোণৰ চেইন ৷ ইতিমধ্যে ভুক্তভোগী

মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন…

মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন…

গুৱাহাটীৰ পাশ্বৱৰ্তী মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন ৷ বৰাক-গুৱাহাটীৰ সংযোগী পথছোৱাৰে গৈ থকা চলন্ত এখন ট্ৰাকত খহি পৰিল পাহাৰৰ মাটি- গছ- গছনি ৷ ফলত ক্ষতিগ্ৰস্ত হয় ট্ৰাকখনৰ ৷ কথমপি ৰক্ষা পৰে ট্রাকখনৰ চালক-হেণ্ডিমেনৰ। ঘটনাটো সংঘটিত হৈছে সোণাপুৰ টাৰ্নেলৰ সন্মুখত ৷ আনহাতে ভূমিস্খলনৰ ফলত বৰাক-গুৱাহাটী সংযোগী পথছোৱাত ব্যাহত হয় যাতায়াত ব্যৱস্থা ৷

বানত বুৰ গ‘ল হাফলং চহৰ !

বানত বুৰ গ‘ল হাফলং চহৰ !

ৰাজ্যৰ পাহাৰীয়া জিলা ডিমা হাচাওত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কে”বাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ভিন্নস্থানত ভূমিস্খলন আৰু পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰাই পেলাইছে বহু পথ ৷ ছিন্ন-বিচিন্ন কৰিছে ৰাস্তা-ঘাট ৷ এনে অপৰিৱৰ্তীত পৰিস্থিতিৰ বাবে ইতিমধ্যে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা । আনহাতে মুষলধাৰ বৰষুণৰ ফলত