Author: GTM Desk

নগাঁৱৰ কামপুৰৰ গাৰোখুন্দাৰ পূৱ গৰুবাট হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা সভা

নগাঁৱৰ কামপুৰৰ গাৰোখুন্দাৰ পূৱ গৰুবাট হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা সভা

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ কামপুৰৰ গাৰোখুন্দাস্থিত পূৱ গৰুবাট হৰিটেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে কপিলীৰ পাৰত সুনাম অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নোমল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সম্বৰ্ধনা

নগাঁৱৰ কামপুৰৰ লেখক-শিল্পী ভাৰত হাজৰিকাৰ পৰলোক

নগাঁৱৰ কামপুৰৰ লেখক-শিল্পী ভাৰত হাজৰিকাৰ পৰলোক

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ কামপুৰৰ কপিলীপাৰৰ সৰবৰহী ব্যক্তি তথা লেখক ভাৰত হাজৰিকাৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে নিচেই পুৱা কাৱৈমাৰীৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখ্য যে প্ৰয়াত হাজৰিকাই ল’ৰালিৰে পৰা ভাওনাৰ সাজপাৰ অতি নিখুঁতভাৱে নিৰ্মাণ কৰি মধ্য অসমৰ বহু ঠাইত সাজপাৰে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত

নগাঁৱৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাঁৱৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে এক উৎসৱমুখৰ পৰিৱেশত সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। এই উপলক্ষে অধ্যক্ষ সঞ্জীৱ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৬গৰাকী ডিষ্টিংচন আৰু ৮গৰাকী ষ্টাৰ মাৰ্কপ্রাপ্ত সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক ফুলাম গামোচা,গ্ৰন্থৰ

ছয়গাঁওৰ জাহিৰপুৰত ঘৰত জুই লাগি একেলগে প্ৰাণ গ’ল দুই ভাতৃৰ

ছয়গাঁওৰ জাহিৰপুৰত ঘৰত জুই লাগি একেলগে প্ৰাণ গ’ল দুই ভাতৃৰ

পলাশবাৰী, ৩০ এপ্ৰিল:আজি পুৱতিনিশা ২ বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ জুইত জ্বলি মৃত্যু হোৱা যুৱক দুজন সাজন আলী ২০ আনজন সমেজ আলী ২২ ৷ জানিব পৰা মতে, গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আঞ্জুৱাৰা বেগম ৷ বৈদ্যুতিত শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ

বিশ্বসুন্দৰী প্ৰতিযোগিতাত ইতিহাস: ৬০ বছৰীয়া আলেজান্দ্রা মিছ ইউনিভাৰ্ছ নির্বাচিত

বিশ্বসুন্দৰী প্ৰতিযোগিতাত ইতিহাস: ৬০ বছৰীয়া আলেজান্দ্রা মিছ ইউনিভাৰ্ছ নির্বাচিত

৬০ বছৰ বয়সত ব্ৰহ্মাণ্ড সুন্দৰীৰ মুকুট পৰিধান কৰিলে আলেজান্দ্রা মৰিছা ৰডৰিগেজে। প্রথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্রতিযোগিতাত বয়সৰ দিশৰ পৰা এই খিতাপ লাভ কৰি নতুন ইতিহাস ৰচিলে ৬০ বছৰীয়া সুন্দৰী গৰাকীয়ে। এইবাৰ মিছ ইউনিভার্জ প্রতিযোগিতাত ১৮-৭৩ বছৰ বয়সৰ মুঠ ৩৫ প্রতিযোগীয়ে অংশ লৈছিল। এই প্রতিযোগিতাতে আন সকলো সুন্দৰীক অতিক্রম কৰি ব্ৰক্ষ্মাণ্ড