ৰে’ল যাত্ৰীসকলে আৰামদায়ক আৰু নিৰাপদে যাত্ৰা কৰিবলৈ AC অৰ্থাৎ শীত-তাপ নিয়ন্ত্ৰিত ৰে’লৰ ডবা বুকিং কৰে। কোৱা বাহুল্য যে জেনেৰেল আৰু শ্লীপাৰ কোচতকৈ AC কেবিনত আৰাম বেছি। আনকি সুবিধাও বেছি। কোঠাটোত AC অৰ্থাৎ শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা থকাৰ বাবে দীঘলীয়া যাত্ৰাতো যাত্ৰী ভাগৰুৱা নহয়। ৰেলখনৰ AC কম্পাৰ্টমেণ্টত বহু নিয়ম থাকে। অৱশ্যে নিয়মীয়াকৈ
Author: GTM Desk
মাজুলীত নিষিদ্ধ কৰা হৈছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক। এই সন্দৰ্ভত আজি মাজুলী জিলা সত্ৰ মহাসভাই গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মাজুলীৰ যিকোনো অনুষ্ঠানত জুবিন গাৰ্গৰ অংশগ্ৰহণ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ মাজুলী জিলা সত্ৰ মহাসভাৰ। মাজুলী জিলা সত্ৰ মহাসভাৰ সভাপতি নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল এই সভা।
আজি দেশত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি দেশৰ ১৩ খন ৰাজ্যত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ মুঠ ৮৮টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। মুঠ ১ লাখ ৬৭ হাজাৰ কেন্দ্ৰত হ’ব ভোটযুদ্ধ। ভোটগ্ৰহণত নিয়োজিত হৈছে ১৬ লাখ প’লিং-প্ৰিজাইডিং বিষয়া। আজি দেশত ভাগ্য নিৰ্ধাৰণ হ’ব ১,২০২ জন প্ৰাৰ্থীৰ। ইয়াৰ ভিতৰত ১০৯৮
মৰ্মান্তিক! হৃদয় বিদাৰক! মৃত্যু এতিয়া সহজ। শোকাৱহ পথ দুৰ্ঘটনাত ৰাজ্যৰ জনপ্ৰিয় Youtuberৰ মৃত্যু। শোকাৱহ পথ দুৰ্ঘটনাৰ ৰাজ্যৰ জনপ্ৰিয় Youtuber অংকুৰ ৰাজ শৰ্মা অকাল মৃত্যু। শিৱসাগৰৰ দৰিকাপাৰ NRLৰ সন্মুখত পথ দুৰ্ঘটনাত পতিত হয় অংকুৰ ৰাজ শৰ্মা। পথৰ দাঁতিত ৰখাই থোৱা মেজিক বাহনত খুন্দা মাৰে অংকুৰ ৰাজ শৰ্মাই চলাই অহা বুলেটখনে। নিহত
গ্ৰেপ্তাৰ হ’ব নেকি বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়া? জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়া লৈ মহাৰাষ্ট্ৰ চাইবাৰ চেলে চমন জাৰি কৰিছে। সূত্ৰই দাবী কৰা অনুসৰি অভিনেত্ৰীগৰাকীক এক গোচৰৰ সন্দৰ্ভত জেৰাৰ বাবে মহাৰাষ্ট্ৰ চাইবাৰ চেলে চমন জাৰি কৰিছে। ২৯ এপ্ৰিলত অভিনেত্ৰীগৰাকীক সোধা-পোছাৰ বাবে চাইবাৰ চেলত হাজিৰ হ’বলৈ কোৱা হৈছে। এই গোচৰৰ সন্দৰ্ভত বলিউদৰ