On Christmas eve, international sand artist Sudarsan Pattnaik created a huge sand sculpture of Santa Claus at Puri beach in Odisha with about 5,400 roses. Mr Sudarsan sculpted the sand Santa Claus with an installation of red roses and other flowers to reflect the message “Merry Christmas, Enjoy your Christmas with COVID
Author: GTM Desk
Greetings have started pouring in as yet another Christmas has arrived amid the COVID-19 pandemic, with the Pope calling on the faithful to value the “little things in life” and show solidarity with the poor President Ram Nath Kovind too shared his greetings on Christmas Eve and urged the citizens to resolve to
ক্ৰীড়াক্ষেত্ৰত পুনৰ উজলিল অসমৰ সন্তান । নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে যোৰহাট জিলাৰ এগৰাকী যুৱতীয়ে । তিতাবৰৰ বৰহোলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰিয়ংকা সোণোৱালে এইবাৰ ৰাষ্ট্ৰীয় মুৱাই থাই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি আঁজুৰি আনিলে সোণৰ পদক। বৰহোলাৰ উদয় নগৰ নামৰ অতিকৈ পিছপৰা গাঁওখনৰ যুৱতী প্ৰিয়ংকাৰ এই সফলতাত এতিয়া স্বাভাৱিকতেই
গোলাঘাট সত্ৰ ন্যায়ালয়ৰ এম. এইচ. বৰভূঞা বিচাৰপীঠত ইতিমধ্যে অন্ত পৰে কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচজনকৈ লোকৰ বিচাৰ প্ৰক্ৰিয়া । সেই অনুসৰি বগীজান আৰক্ষী থানাৰ 87/19 গোচৰত অভিযুক্ত লক্ষীন্দ্ৰ চৰেং আৰু চুকুৰা মাঝিক বিশ বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে প্ৰতিজনৰ পৰা পাঁচ হাজাৰকৈ জৰিমনা বিহে । দুয়ো এগৰাকী প্ৰায় সাত/আঠ বছৰীয়া কিশোৰী
ভাৰতত ক’ভিডৰ অ’মিক্ৰণৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বুধবাৰলৈকে এজন ৰোগী থকা তামিলনাডুত এটা দিনতে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি । আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ২৩ গৰাকী, কৰ্ণাটকত ১২ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰকৰণৰ অৱস্থিতি । গুজৰাট আৰু দিল্লীত ৭ গৰাকীকৈ লোক নতুনকৈ অ’মিক্ৰণত আক্ৰান্ত হৈছে