Advertisement

Author: Shahnawaz Hamza

AFSPA বাতিলৰ দাবীত যুৱ ছাত্ৰ-পৰিষদৰ গুৱাহাটীত অৱস্থান ধৰ্মঘট

AFSPA বাতিলৰ দাবীত যুৱ ছাত্ৰ-পৰিষদৰ গুৱাহাটীত অৱস্থান ধৰ্মঘট

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।গুৱাহাটী মহানগৰীৰ ৰটাৰী পইণ্টত মুখত ক’লা কাপোৰ বান্ধি সাব্যস্ত কৰে প্ৰতিবাদ।পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত