Author: GTM Desk

ম’ন জিলাৰ ঘটনাই প্ৰভাৱ পেলাব নগা শান্তি আলোচনাত

ম’ন জিলাৰ ঘটনাই প্ৰভাৱ পেলাব নগা শান্তি আলোচনাত

দুসপ্তাহ পূৰ্বে যেতিয়া অসম ৰাইফলছৰ জোৱান শ্বহীদ খাতনাই ক’ন্যাকৰ গৌৰৱান্বিত বৃদ্ধ পিতৃয়ে নিজ পুত্ৰৰ শেষকৃত্যৰ সময়ত আৱেগিক ভাষণ প্ৰদান কৰি তেওঁলোকৰ জনজাতীয় লোকসকলক ভাৰতক সমৰ্থন কৰি সীমান্তৰ তত্বাৱধান কৰি থাকিবলৈ আহ্বান জনাইছিল, তেতিয়া নিৰাপত্তা বাহিনীৰ প্ৰতি নগাসকলৰ অনুভূতিয়ে এক প্ৰকাৰৰ ইউ টাৰ্ণ লৈছিল ৷ চলিত বৰ্ষৰে 13 নৱেম্বৰত ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী

কোকঝাৰত উপস্থিত হৈ প্ৰাক্তন এনডিএফবিৰ সদস্যক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

কোকঝাৰত উপস্থিত হৈ প্ৰাক্তন এনডিএফবিৰ সদস্যক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এন ডি এফ বিৰ প্ৰাক্তন কেডাৰসকললৈ পুনৰ্সংস্থাপন পেকেজৰ অধীনত আজি এন ডি এফ বিৰ হিংসা ত্যাগ কৰাৰ পাছত মুখ্য শাখালৈ ঘূৰি অহা বিভিন্ন গোটৰ ১৬৬৯জন প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপজিট প্ৰমাণ পত্ৰ প্ৰদান কৰে। আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত কাৰ্যসূচীত এন ডি

ধাবা নে দেহ ব্যৱসায়ৰ ঘাটি ? জুইশালত যুৱক-যুৱতীৰ যৌনাচাৰ !

ধাবা নে দেহ ব্যৱসায়ৰ ঘাটি ? জুইশালত যুৱক-যুৱতীৰ যৌনাচাৰ !

নগাঁৱৰ বাইপাছত ধাবাৰ নামত একাংশই যৌন ব্যৱসায় চলোৱাৰ এক বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ এখন ধাবাত ৷ ধাবাখনত নাৰীৰ দেহ ব্যৱসায় চলা বুলি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল নগাঁও আৰক্ষীয়ে ৷ জুইশাল নামৰ ধাবাখনত

ৰঙিয়াত জঘন্য ঘটনা ৷ ৷মহিলাক ধৰ্ষণ কৰি হত্যা

ৰঙিয়াত জঘন্য ঘটনা ৷ ৷মহিলাক ধৰ্ষণ কৰি হত্যা

ৰঙিয়াত সংঘটিত হৈছে এক জঘন্য ঘটনা৷ ৫০ উৰ্ধৰ মহিলাক ধৰ্ষণ কৰি হত্যা । বৰলীয়া নৈৰ পাৰৰ বাহনিত উদ্ধাৰ হৈছে মৃতদেহটো । ঘটনাকলৈ তীব্ৰ চাঞ্চল্য ৰঙিয়া চিকণীবাৰীত । ইতিমধ্যে, আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । হাত ভৰি বান্ধি ধৰ্ষণৰ পাছতে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে মহিলাগৰাকীক৷ rape দোষীক শীঘ্ৰেই কৰায়ত্ব