ৰঙিয়াত সংঘটিত হৈছে এক জঘন্য ঘটনা৷
৫০ উৰ্ধৰ মহিলাক ধৰ্ষণ কৰি হত্যা ।
বৰলীয়া নৈৰ পাৰৰ বাহনিত উদ্ধাৰ হৈছে মৃতদেহটো ।
ঘটনাকলৈ তীব্ৰ চাঞ্চল্য ৰঙিয়া চিকণীবাৰীত ।
ইতিমধ্যে, আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
হাত ভৰি বান্ধি ধৰ্ষণৰ পাছতে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে মহিলাগৰাকীক৷ rape
দোষীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী স্থানীয় ৰাইজ তথা দল সংগঠনৰ ।