Author: GTM Desk

১৪ বছৰ বয়সত বিয়া, ১৮ বছৰ বয়সত ২টা সন্তানৰ মাতৃ, আজি IPS বিষয়া! কৃতিত্ব আৰু সংগ্ৰামৰ কাহিনী!

১৪ বছৰ বয়সত বিয়া, ১৮ বছৰ বয়সত ২টা সন্তানৰ মাতৃ, আজি IPS বিষয়া! কৃতিত্ব আৰু সংগ্ৰামৰ কাহিনী!

আমাৰ মাজত ইমানবোৰ ব্যক্তি আছে যিয়ে বাৰে বাৰে প্ৰমাণ কৰি থাকে যে ইচ্ছা থাকিলে একোৱেই অসম্ভৱ নহয়। বিশেষকৈ মহিলাসকলে এই বিষয়ত এখোজ আগুৱাই গৈছে, তাত কোনো ভুল নাই। সচৰাচৰৰ দৰেই ছোৱালীয়ে জয়লাভ কৰিছে। নাৰী আকৌ এবাৰ শক্তিশালী হৈছে। শিক্ষাৰ পৰা কৰ্মসংস্থাপনলৈকে একেবোৰ বাধাৰ সন্মুখীন হোৱাৰ পিছতো মহিলাগৰাকীয়ে সাফল্যৰ দিশত আগবাঢ়িছে।

ভাৰতলৈ আহিব ইলন মাস্ক! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাতৰ পিছতেই কৰিব নেকি বৃহৎ বিনিয়োগৰ ঘোষণা?

ভাৰতলৈ আহিব ইলন মাস্ক! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাতৰ পিছতেই কৰিব নেকি বৃহৎ বিনিয়োগৰ ঘোষণা?

Teslaৰ প্ৰতিষ্ঠাপক ইলন মাস্ক এই মাহত ভাৰতলৈ আহিব, ভাৰতলৈ আহিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ কথা আছে মাস্কে। এই ভ্ৰমণত মাস্কে ভাৰতত টেছলাৰ বৃহৎ বিনিয়োগ পৰিকল্পনাৰ কথা ঘোষণা কৰিব পাৰে। মাস্কে নিজেই X-হেণ্ডলত ভাৰতলৈ অহাৰ পৰিকল্পনা ঘোষণা কৰিছে। তাত তেওঁ লিখিছে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাবলৈ আগ্ৰহী।’ উল্লেখযোগ্য যে,

মা দুৰ্গাৰ কৃপাত লাভ কৰিব অপাৰ সফলতা! বাসন্তী পূজাৰ চতুৰ্থীৰ পৰাই এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল

মা দুৰ্গাৰ কৃপাত লাভ কৰিব অপাৰ সফলতা! বাসন্তী পূজাৰ চতুৰ্থীৰ পৰাই এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল

চৈত্ৰ নৱৰাত্ৰিৰ চতুৰ্থ দিনটো অতি গুৰুত্বপূৰ্ণ। এই দিনটোক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই নৱৰাত্ৰিৰ চতুৰ্থ দিনাৰ পৰা ৩ ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল৷ প্রতীকী ছবি ৷ নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত মকৰ ৰাশি, কুম্ভ আৰু মীন ৰাশিৰ বাবে অতি ডাঙৰ খবৰ আহিব। প্রতীকী ছবি ৷ এই সময় জাতক-জাতিকাৰ বাবে অতি শুভ

সুৰাসক্ত স্কুল বাছ চালকৰ বাবে দুৰ্ঘটনাত ৮ ছাত্ৰী-ছাত্ৰীৰ মৃত্যু!

সুৰাসক্ত স্কুল বাছ চালকৰ বাবে দুৰ্ঘটনাত ৮ ছাত্ৰী-ছাত্ৰীৰ মৃত্যু!

হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। হাৰিয়ানা চৰকাৰেও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ অধ্যক্ষ দীপ্তী ৰাওক। পোহৰলৈ আহিছে অধ্যক্ষ দীপ্তী ৰাৱৰ ভয়ংকৰ গাফিলতিৰ তথ্য। ৰাইজৰ অভিযোগ অনুসৰি সুৰাসক্ত আছিল বাছৰ চালকগৰাকী। মদ্যপান কৰা বাছ চালকজনক এখন গাঁৱৰ ৰাইজে

শৰীৰত কলেষ্টেৰলে বাহ বান্ধিছে নেকি? কেনেকৈ জানিব পাৰিব? আজিয়ে চিনি লওক এই লক্ষণবোৰ!

শৰীৰত কলেষ্টেৰলে বাহ বান্ধিছে নেকি? কেনেকৈ জানিব পাৰিব? আজিয়ে চিনি লওক এই লক্ষণবোৰ!

জীৱনশৈলী আৰু খাদ্যাভাসৰ বাবে বেছিভাগ মানুহেই হৃদৰোগত আক্ৰান্ত হয়। কম বয়সতে হাৰ্ট এটেক, ষ্ট্ৰোক, উচ্চ ৰক্তচাপৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হয় মানুহ। হৃদৰোগৰ প্ৰধান কাৰণ হ’ল শৰীৰৰ বেয়া কলেষ্টেৰল বৃদ্ধি পোৱা। শৰীৰত দুই ধৰণৰ কলেষ্টেৰল থাকে, এবিধ ভাল কলেষ্টেৰল আৰু আনবিধ বেয়া কলেষ্টেৰল। বৈজ্ঞানিক তথ্য অনুসৰি, শৰীৰত বেয়া কলেষ্টেৰলৰ বাঢ়িবলৈ