Author: GTM Desk

হাত দাঙিলে জোনমণিৰ মাতৃয়ে ,গোচৰ উঠাই ল’লে জোনমণিৰ মাতৃয়ে

হাত দাঙিলে জোনমণিৰ মাতৃয়ে ,গোচৰ উঠাই ল’লে জোনমণিৰ মাতৃয়ে

কান্দি কান্দি গোচৰ উঠাই লোৱাৰ কথা ঘোষণা জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃৰ। CBI এ জোনমণি ৰাভা কাণ্ডৰ গোচৰ সামৰাৰ পিছত হতাশ হৈ পৰিছে দুখুনী মাতৃ। জোনমণিৰ ৰহস্যজনক মৃত্যুৰ পাছত দুৰাৰোগ্য ৰোগে কাঢ়ি নিলে পুত্ৰক। অকালতে পুত্ৰ আৰু কন্যাক হেৰুৱাৰ দুখত দেহা থৰক বৰক হৈ পৰিছে মাতৃৰ। মনত দুখৰ ভৰ। হাতত নাই

মুকালমুৱাৰ সাপকাটাত বাছ দূৰ্ঘটনা। এজন নিহত, চাৰিজন আহত।

মুকালমুৱাৰ সাপকাটাত বাছ দূৰ্ঘটনা। এজন নিহত, চাৰিজন আহত।

মুকালমুৱাৰ সাপকাটাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বৰপেটাৰ পৰা গুৱাহাটী অভিমূখী তিব্ৰবেগী আল্ট্ৰা বাছ এখনে স্কুলীয়া ছাত্ৰকে ধৰি পাচগৰাকীকৈ পথচাৰীক মহতিয়াই নিয়ে। আটাইকেইগৰাকীকে মুকালমুৱা মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও এজন পথচাৰী নিহত হয়। নিহত লোকজন কান্ধবাৰীৰ চিদ্দিক আলী। আহত কেইজনৰ নাম ক্ৰমে ইবাদুল ইছলাম(১৩), ইমৰাণ আলী(১৩), আব্দুল চালাম(১৫)

Guwahati airport deploys bullet resistant QRT vehicle for enhanced security

Guwahati airport deploys bullet resistant QRT vehicle for enhanced security

GUWAHATI,April 6: The Lokpriya Gopinath Bordoloi International Airport in Guwahati, has introduced another well-equipped Bullet Resistant QRT Vehicle on Saturday. It will strengthen the Aviation Security Group (CISF) to deliver the responsibility of safeguarding the aerodrome more efficiently than ever before. It may be mentioned here that the previous QRT

বিহুলৈ মাজত কেইটামান দিন, ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ভাঙি নাচিলে কণমানি নাচনীয়ে

বিহুলৈ মাজত কেইটামান দিন, ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ভাঙি নাচিলে কণমানি নাচনীয়ে

ব’হাগ বিহুৰ আগমনৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্রান্তত বিহু সম্পর্কে বিভিন্ন কর্মশালা অনুষ্ঠিত হৈছে। এই কর্মশালাসমূহৰ লক্ষ্য হৈছে উঠি অহা প্রজন্মক কৰ্মশালাৰ জৰিয়তে বিহুনাচ আৰু বিহুৰ বাদ্য শিকোৱা। ৰঙালী বিহুক নতুন প্ৰজন্মৰ মাজত সঠিক আৰু সুন্দৰভাৱে উপস্থাপন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ উদ্যোগত