Peninsula পিকচাৰ্ছে সোনকালেই কালাৰ্ছত এটা অনুষ্ঠান আনিব। এই অনুষ্ঠানতো এখন পাৰিবাৰিক নাটক হ’ব। উদ্যোগটোৰ সূত্ৰই জনাইছে যে অনুষ্ঠানটোত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সুৰভি দাসক বাছনি কৰা হৈছে। সুৰভি দাস হৈছে অসমৰ ধাৰাবাহিক উদ্যোগৰ এগৰাকী সুন্দৰ অভিনেত্ৰী। তেওঁ অসমৰ ধাৰাবাহিক ‘পৰিণীতা’ত তেওঁৰ চৰিত্ৰৰ পৰা জনপ্ৰিয় হৈছিল। এইটো এটা ডাঙৰ সফলতা
Author: GTM Desk
যোৱা নিশা শ্ৰী শ্ৰী বালি ভূঁই বৰ এলেঙ্গী সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামী আমাৰ মাজত আৰু নাই। যোৱা কালি সন্ধিয়া ৭. ৪৫ বজাত প্ৰাক্তন সত্ৰাধিকাৰ গৰাকী স্বৰ্গগামী হয় ৷ মৃত্যুৰ সময়ত প্ৰাক্তন সত্ৰাধিকাৰ গৰাকীৰ বয়স হৈছিল ১০৩ বছৰ। প্ৰাক্তন সত্ৰাধিকাৰ বাসুদেৱ গোস্বামী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। প্ৰাক্তন
GUWAHATI: The Assam Government has released a fresh COVID19 SOP — Standard Operating Procedure — on Tuesday. According to the new SOP three districts — Jorhat, Sonitpur and Biswanath are the districts where the curfew has been relaxed. According to the new SOP, all three districts are showing a moderate
প্ৰকাশ পালে ক’ভিডৰ নতুন SOP। পূৰ্বতে সম্পূৰ্ণ কাৰ্ফিউ থকা ৫ খন জিলাৰ পৰিৱৰ্তে এতিয়াৰে পৰা দুখন জিলাত থাকিব সম্পূৰ্ণ কাৰ্ফিউ। গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টাই বাহাল থাকিব সম্পূৰ্ণ কাৰ্ফিউ। যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হ’ল কাৰ্ফিউ। যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫
সদ্য ঘোষিত আই চি এছ পৰীক্ষাত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত আসাম ভেলী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৯.৭৫ শতাংশৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰা বিশ্বনাথ জিলাৰ বৰগাং চাহ-বাগিচাৰ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নবনীতা কাকতিৰ কন্যা অস্মিতা কাকতিক আজি বিহালী ৰাংছালী ফাউণ্ডেশ্যনৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ফাউণ্ডেশ্যনৰ