আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ(আক্ৰাছু)ৰ আজি ৩১তম কেন্দ্রীয় প্ৰতিষ্ঠা দিৱস।বহলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰিলে এই দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বহলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাই
Author: Shahnawaz Hamza
এএছচিপিচিআৰ (শিশু অধিকাৰ সুৰক্ষাৰ বাবে অসম ৰাজ্যিক আয়োগ) আৰু অন্যান্য সদস্যসকলে মঙলবাৰে চিৰাং জিলা ভ্ৰমণ কৰে আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলনগৃহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস,
কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই চলোৱা আক্রমণৰ ঘটনাৰ প্রতিবাদত আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ সর্বাত্মক প্রভাৱ পৰিলক্ষিত হয় বৰাক উপত্যকাত৷ বৰাক ডেম’ক্রেটিক ফ্রণ্টে আহ্বান জনোৱা এই
“বলিউডৰ বলিষ্ঠ অভিনেতা তথা মডেল মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰে নিজৰ ইনষ্টাগ্রাম হেণ্ডেলযোগে উত্তৰ-পূৱ প্ৰান্তৰ লোকসকলৰ সৈতে হোৱা ভেদ-ভাৱৰ কথা মুকলি মুৰীয়াকৈ প্ৰকাশ কৰি দিল্লীৰ এখন সচাঁ ছৱি দাঙি ধৰিছে।
সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই অৱশেষত ঘোষণা কৰা হৈছে চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন৷ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে প্রকাশ কৰা