Author: GTM Desk

আত্মসমৰ্পণ কৰা সকলো কেডাৰকে সমমৰ্যাদা প্ৰদানৰ দাবী এন ডি এফ বি আৰ ডি গ্ৰুপৰ

আত্মসমৰ্পণ কৰা সকলো কেডাৰকে সমমৰ্যাদা প্ৰদানৰ দাবী এন ডি এফ বি আৰ ডি গ্ৰুপৰ

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আত্মসমৰ্পণ কৰা আৰু শান্তি আলোচনাত বহা সকলো এন ডি এফ বি কেডাৰকে সম মৰ্যাদা প্ৰদান কৰা উচিত ৷ অসমৰ শান্তি বাৰ্তাা ৰখাৰ স্বাৰ্থথ আৰু বড়ো ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা শান্তিপূৰ্ণ সমাধানৰ স্বাৰ্থত এন ডি এফ বিৰ সকলোবোৰ গ্ৰুপে চৰকাৰৰ লগত শান্তি আলোচনাত অংশগ্ৰহণ কৰিছে ৷ কিন্তু কেন্দ্ৰীয়

আইএছচি পৰীক্ষাত ৯৯.৭৫ শতাংশঃ দেশৰ ভিতৰত শীর্ষস্থান বিশ্বনাথৰ অস্মিতা কাকতিৰ

আইএছচি পৰীক্ষাত ৯৯.৭৫ শতাংশঃ দেশৰ ভিতৰত শীর্ষস্থান বিশ্বনাথৰ অস্মিতা কাকতিৰ

 সর্বভাৰতীয় পর্যায়ত বৰগাং এইবাৰ উজলি উঠিছে বিশ্বনাথৰ বৰগাঙৰ মেধাৱী ছাত্রী অস্মিতা কাকতি৷ ইণ্ডিয়ান চার্টিফিকেট অৱ ছেকেণ্ডেৰী এডুকেচন (আই চি এছ ই) পাঠ্যক্রমৰ সদ্যঘোষিত দ্বাদশ শ্রেণীৰ আই এছ চি পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ অস্মিতা কাকতিয়ে হিউমেনিটী শাখাত (কলা শাখা) দেশৰ ভিতৰতে প্রথম স্থান অধিকাৰ কৰি জিলা তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷

লাইলাপুৰত শ্বহীদ হোৱা জোৱানৰ পৰিয়াললৈ ৫০ লাখ টকাৰ সাহায্য ঘোষণা মুখমন্ত্ৰীৰ

লাইলাপুৰত শ্বহীদ হোৱা জোৱানৰ পৰিয়াললৈ ৫০ লাখ টকাৰ সাহায্য ঘোষণা মুখমন্ত্ৰীৰ

কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তর্গত লাইলাপুৰ সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল। সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে ৬বাৰকৈ টেলিফোনযোগে বার্তালাপ কৰাৰ কথা উল্লেখ কৰে। সংবাদমেল ড০ শৰ্মাই কয়, “কালিৰ ঘটনা অতি দুৰ্ভাগ্যজনক। অসমে শান্তি বিচাৰে, সীমা

অসমেৰে কাশ্মীৰলৈ জাকে জাকে ৰহিংগ্যাঃ গুৱাহাটী–বদৰপুৰত ২৫গৰাকীক আটক

অসমেৰে কাশ্মীৰলৈ জাকে জাকে ৰহিংগ্যাঃ গুৱাহাটী–বদৰপুৰত ২৫গৰাকীক আটক

 গুৱাহাটী ৰে’ল ষ্টেচনত আজি পুৱা ৰে’ল আৰক্ষীয়ে অভিযান চলাই এটি শিশুসহ ১০জন ৰহিংগ্যা মুছলমানক আটক কৰে৷ চাপৰমুুখৰ পৰা গুৱাহাটী অভিমুখে আহি থকা আগৰতলা দেউধৰ এক্সপ্রেছৰ পৰা জিআৰপিৰ সহযোগত আৰ পি এফৰ এটা দলে ৰে’লগাড়ীখনৰ ডি ২নং দবাৰ পৰা ৰহিংগ্যাকেইজনক আটক কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ম্যানমাৰৰ পৰা বাংলাদেশলৈ যোৱা

আই চি এছ ইৰ পৰীক্ষাত উজলিল ইটাখোলাৰ অনুস্কা

আই চি এছ ইৰ পৰীক্ষাত উজলিল ইটাখোলাৰ অনুস্কা

সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ আই এছ চি ই ৰ অৰ্থাত ইণ্ডিয়ান চাৰ্টিফিকেট অফ ছেকেণ্ডাৰী এডুকেচন অন্তৰ্গত দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ অনুস্কাই সুখ্যাতিৰে উত্তিৰ্ণ হৈ জিলাখনৰ   লগতে ৰাজ্যখনৰে গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।ভবিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ  লক্ষ্যৰে অনুস্কা বৰাই উক্ত পৰীক্ষাত বাইঅলজি আৰু