The Assam government on Friday cancelled this year’s class 10 and 12 state board examinations due to the prevailing COVID-19 situation, Education Minister Ranoj Pegu said. The decision was taken at a meeting chaired by the minister and attended by officials of the Health and Education departments and other stakeholders
Author: GTM Desk
With Raimona Reserve Forest and Dehing Patkai Wildlife Sanctuary notified as national parks, Assam now has seven national parks, the state with the second highest number of national parks in India. Madhya Pradesh with 11 and the Union Territory of Andaman and Nicobar Islands with nine, top the list in
আইপিএছ দিগন্ত বৰাক ৰাজ্যৰ গৃহ সচিব ৰূপে নিযুক্তি দিয়া হয়। বুধবাৰে নিযুক্তি দিয়া হৈছে প্ৰশাসনিক বিষয়া গৰাকীক। উল্লেখ্য যে বৰ্তমান অসম আৰক্ষীৰ ডিআইজিপিৰ দায়িত্ব আছিল বৰা।
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নির্মীয়মান দলঙৰ কামৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ২০২৩ চনৰ মাৰ্চৰ ভিতৰত ব্ৰহ্মপুত্ৰ ওপৰত নির্মীয়মান দলং খন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ৩৭ শতাংশ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি বিভাগে অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীক। লোকনিৰ্মান বিভাগৰ গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত মুখ্য অভিযন্তা কাৰ্যালয়ৰ
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়ালে প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমে। বুধবাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৫০ হাজাৰ ১৫০টকাৰ বৰঙণি আগবঢ়াই সংস্থাটোৱে। উল্লেখ্য যে সন্থাৰ ১০০৩জন সদস্যই আগবঢ়াই বৰঙণি। ক’ভিড বিৰোধী যুঁজৰ অংশীদাৰ হৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ কথা অৱগত কৰে সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে। ইফালে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত সন্থাই তেওঁলোকৰ