Two minor girls were found hanging in a tree at Abhaykuthi village in the Kokrajhar district of Assam. The incident has shocked the people entirely. According to the sources, two girls were reportedly sisters who were missing from home after their family went farming. The two girls were found hanging
Author: GTM Desk
শনিবাৰে দুপৰীয়াৰ ভাগত মহানগৰী নাৰেংগীত থকা ৰেল লাইনত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নাৰেংগীৰ সেনা শিবিৰৰ যোৱা WDG4-70115 নম্বৰৰ এখন মালবাহি ট্ৰেইনৰ ছয়টাকৈ ডবা লাইনচ্যুত হোৱাত অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে বহিঃ ৰাজ্যৰ পৰা সাতগাঁওস্থিত ভাৰতীয় সেনা চাউনিলৈ খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী কাঢ়িয়াই অনা মালবাহী ৰে’ল এখনৰ ছয়টা ডবা নাৰেংগী
দীৰ্ঘদিন ধৰি বাক্সাৰ বিভিন্ন অঞ্চলত ডকাইতৰ এটা বৃহত চক্ৰই নিদ্ৰাহৰণ কৰি আহিছিল বাক্সা আৰক্ষীৰ ৷ ৰাজ্যখনৰ কেইবাটাও মাইক্ৰোফাইনেন্সৰ কৰ্মচাৰীক বাট আগচি ধৰি ধন লুট কৰি আহিছিল ডকাইতৰ দলটোৱে ৷ দীৰ্ঘদিন ধৰি চলা চেষ্টাৰ অন্তত আৰক্ষীয়ে পিষ্টল সহ ৫ জনীয়া ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বাক্সাৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী
আৰক্ষী অধীক্ষক হিচাপে সুশান্ত বিশ্ব শর্মা নিযুক্ত হোৱাৰ পাছৰে পৰা দৰং আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে চলাইছে ব্যাপক অভিযান৷ যোৱানিশা জালনোট চক্রৰ লগত জডিত ৪টা আৰু অন্য এক অভিযানত আন ৪টা ডকাইতসহ মুঠতে ৮টা দুর্ধর্ষ অপৰাধী কৰায়ত্ত কৰিব সক্ষম হয় দৰং আৰক্ষী৷ ইতিমধ্যে কৰায়ত্ত হোৱা অপৰাধীৰ পৰা ভালেসংখ্যক নথি, সঁজুলি জব্দ কৰাৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছে ২২ পদ৷ পদকেইটা গ্রেড–৩ পর্যায়ৰ৷ মুঠ পদ ২২টাৰ ভিতৰত অসংৰক্ষিত ১৩টা, এছ চিৰ ৪টা, এছ টি–পিৰ ৩টা আৰু এছ টি–এইচৰ ২টা৷ ইতিমধ্যে এই বিষয়ে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি ন্যায়ালয়ৰ পঞ্জীয়কে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ দৰমহাৰ নিৰিখ ২৭,৭০০–৭৭০/৩৩,০৯০–৯২০/৪০, ৪৫০–১০৮০/৪৪, ৭৭০টকা৷ আবেদন মাচুল হিচাপে