মেখেলা চাদৰ : ভাৰতীয় চহকী সংস্কৃতিৰ প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ পৰম্পৰা, ইতিহাস, পৰিচয়ৰ সামঞ্জ ৰাখি অনন্য কাপোৰ তৈয়াৰ কৰি আহিছে । ভাৰতৰ উত্তৰ-পূব অংশত বসবাস কৰা অসমীয়াৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক গৌৰৱ। অসমীয়া সংস্কৃতিৰ অসংখ্য সম্পদৰ ভিতৰত পৰম্পৰা, কালজয়ী সৌন্দৰ্য্যৰ প্ৰতীক মেখেলা চাদৰ, জনাজাত মাৰ্জিত সাজ-পোছাক।মেখেলা চাদৰে এক অনন্য আৰু মনোমোহা কাপোৰ
Author: GTM Desk
অতি সোনকালেই ভাৰতীয় উদ্যোগপতি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ বোৱাৰী হ’বলৈ গৈ আছে ৰাধিকা মাৰ্চেণ্ট। নীতা আৰু মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ সৈতে বিয়া হ’বলৈ ওলাইছে ৰাধিকা মাৰ্চেণ্ট। ১৯৯৫ চনৰ ১৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল ৰাধিকাৰ। ৰাধিকা সাধাৰণ ছোৱালী নহয় বৰঞ্চ এটা ডাঙৰ পৰিয়ালৰ। ৰাধিকা মুম্বাইৰ এটা বিখ্যাত উদ্যোগপতি
আমাৰ মহান মহান ঋষি সকলে দিয়া এই নিষেধাজ্ঞাৰ কোনো বৈজ্ঞানিক ভিত্তি আছে নে নাই চাওঁ আহক । আমাৰ এই লেখ বিশুদ্ধভাৱে সেই জিনীয় জ্ঞানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, যাৰ সহায়ত জীৱবিজ্ঞানৰ মূল কথাবোৰৰ সৈতে পৰিচিত যিকোনো ব্যক্তিয়ে জানে যে মাইকী মানুহৰ xy ক্ৰম’জম আৰু পুৰুষৰ xy ক্ৰম’জম আছে। তেওঁৰ
“সমাজৰ পৰা মানৱ সৰবৰাহ নাৰী সৰবৰাহ বন্ধ হ’ব লাগিব, ডাইনী হত্যা বন্ধ হ’ব লাগিব, বাল্যবিবাহ বন্ধ হ’ব লাগিব লগতে নাৰীসকলে সমাজত সমতাৰে জীৱন নিৰ্বাহ কৰিব লাগিব।” এই মন্তব্য নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৰ। সংগঠনটোৱে ওদালগুৰি জিলা এবছুৰ সহযোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি মহাবিদ্যালয় চৌহদত
অসমীয়া যুৱক-যুৱতীয়ে এটাৰ পিছত এটাকৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত। কি শিক্ষা, কি স্বাস্থ্য, কি ক্ৰীড়া, কি ৰাজনীতি ক’তোৱে পিছ পৰি ৰোৱা নাই শংকৰদেৱ- মাধৱদেৱ, লাচিত- চিলাৰায়ৰ দেশৰ তৰুণ-তৰুনীয়ে। এইবাৰ গুৱাহাটীৰ ভঙাগড়ৰ কন্যা চিন্ময় ঠাকুৰীয়াই আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে কৰ্ণাটকত। কৰ্ণাটকৰ বেংগলোৰস্থিত