Author: GTM Desk

মৰিগাঁৱত বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ধন বিলাই থকা ভিডিঅ ভাইৰেল

মৰিগাঁৱত বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ধন বিলাই থকা ভিডিঅ ভাইৰেল

ক্ষমতা আৰু ধন বলেৰে বলীয়ান হৈ থকা মৰিগাঁও বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মুকলিকৈ ভোটাৰৰ মাজত ধন বিলাই থকা এটা ভিডিঅ ভাইৰেল হৈ পৰা ঘটনাই সমষ্টিবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। একমাত্ৰ ধন বলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ পৰিকল্পনা কৰি থকা মৰিগাঁও বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে

অসমৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ১১ শতাংশ প্ৰাৰ্থীয়েই দাগী অপৰাধী

অসমৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ১১ শতাংশ প্ৰাৰ্থীয়েই দাগী অপৰাধী

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভিতৰত ৩৭ জনৰেই আছে অপৰাধৰ ৰেকৰ্ড। ইয়াৰ অৰ্থ হৈছে দ্বিতীয় পৰ্য্যায়ৰ ১১ শতাংশ প্ৰাৰ্থী অপৰাধী । ইয়াৰে ১১ জন ভাৰতীয় জনতা পাৰ্টিৰ, কংগ্ৰেছ আৰু অ’ল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ পাঁচজন, অসম জাতীয় পৰিষদৰ তিনিজন, অসম গণ পৰিষদৰ দুজন আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক,

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোলগেটৰ মাচুল !

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোলগেটৰ মাচুল !

গুৱাহাটী: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই টোলগেট খুলি মাচুল সংগ্ৰহ কৰাক লৈ দীৰ্ঘদিন ধৰি অসন্তুষ্টি অব্যাহত থকাৰ মাজতে পুনৰ জনতাৰ ওপৰত মাধমাৰ শোধাবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ! ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকাশ কৰা এক তথ্যত অহা এক এপ্ৰিলৰ পৰা  টোলগেটত মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্তত গাড়ী চালকৰ লগতে  সচেতন ৰাইজৰ মাজত